নিচামুক্ত ভাৰত গঢ়াৰ লগতে জনসাধাৰণক সুস্থ -সৱল নিৰোগী জীৱন যাপনৰ কাৰণে বিহাৰৰ চৰণ জিলাৰ চাপ্ৰাৰ পঞ্চাশোৰ্ধৰ এজন ৰিক্সা চালকে দুহেজাৰ পাচ চনৰ পৰা আৰম্ভ কৰা বৰ্তমান এই যাত্ৰাই ওঠৰ বছৰত ভৰি দিছে। লোকজন ধনাইচাহু নামেৰে পৰিচিত। ভাৰতৰ বিভিন্ন অঞ্চল ভ্ৰমন কৰি বৰ্তমান মৰাণত প্ৰৱেশ কৰিছে । বৰ্তমান গুৱাহাটীৰ পৰা শিলিগুৰি হৈ নেপাল আৰু তাৰ পাছত হৰিদ্বাৰলৈ যোৱাৰ সংকল্প লোৱা বুলি মত প্ৰকাশ কৰে।