ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ বিধান সভা সমষ্টিৰ তিলৈ নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাজপেয়ী ভৱনত বিজেপিৰ খোৱাং মণ্ডলৰ যুৱ মৰ্চাৰ এখনি কাৰ্য্য নিৰ্বাহক সভা অনুস্থিত হয়। উক্ত সভাত মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক।চক্ৰধৰ গগৈ উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়ায়।
তিলৈস্থিত বাজপেয়ী ভৱনত অনুস্থিত বিজেপিৰ খোৱাং ব্লকৰ মণ্ডল সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাত বিধায়ক চক্ৰধৰ গগৈৰ অংশ গ্ৰহন।
