ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা।

ঢকুৱাখনা-ঘিলামৰাৰ সীমানন্তৱতী শিঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

থিতাতে নিহত মিনকান্ত শইকীয়া নামৰ এজন পাচলি বেপাৰী।

পুৱাৰ বেপাৰ সামৰি ঘৰলৈ উভতাৰ পথত শিঙিয়াৰ লাওঁকোঠ গোবিন্দপুৰ উপ পথত কেঁকুৰীত(টাৰ্ণিং)।

শিলভৰ্তি ডাম্পাৰ(AS_01PC9970)মহতিয়াই নিলে চাইকেল আৰোহী মিনকান্ত শইকীয়া(৫২)নামৰ পাচলি বেপাৰীজনক।দুৰ্ঘটনাটোৰ ইমানেই ভয়ংকৰ যে থিতাতে  নিহত ব্যক্তিজনৰ শৰীৰৰ এক অংশ বিছিন্ন হৈ যোৱা পৰিলক্ষিত হয়।।