কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত পূৱ বাৰাংহাটীৰ এটি পথৰ বোকাময় অৱস্থাই ৰাইজক যন্ত্ৰণা ভোগাই আছে৷এইসম্পৰ্কে স্থানীয় পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰিছে চুবুৰিটোৰ ৰাইজে৷আনকি এইসকল পঞ্চায়ত প্ৰতিনিধিৰ জৰিয়তে স্থানীয় বিধায়িকাকো অৱগত কৰিছে৷পথটোৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয়৷উক্ত বিদ্যালয়ৰ কনকন ছাত্ৰছাত্ৰী সকলে হাতত চেন্দেললৈ স্কুললৈ যাৱ লাগে৷অৱশেষত ভুক্তভোগী একাংশ মহিলাই বোকাময় পথত ভূই ৰুই প্ৰতিবাদ কৰে৷তেওঁলোকে কয় যে আমি জনপ্ৰতিনিধিক অনুৰোধ কৰাৰ পিচতো কোনো ব্যৱস্থা লোৱা নাই৷সেয়েহে জনপ্ৰতিনিধি তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে আমি উক্ত কাৰ্য্যসূচী লৱলৈ বাধ্য হৈছো৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gujarat Election 2022 | પહેલા તબક્કા માટે 84 બેઠકોના ઉમેદવાર જાહેર | Gujarat News | News18 Gujarati
Gujarat Election 2022 | પહેલા તબક્કા માટે 84 બેઠકોના ઉમેદવાર જાહેર | Gujarat News | News18 Gujarati
10 मिनट के अंदर-अंदर बन जाने वाली 6 सात्विक रेसिपी | 6 Fruity & Healthy Breakfast Recipes
10 मिनट के अंदर-अंदर बन जाने वाली 6 सात्विक रेसिपी | 6 Fruity & Healthy Breakfast Recipes
লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন
লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন
আজি দেশৰ ৭৫ সংখ্যক...
5000 कारची चोरी, हत्या, 3 बायका 7 मुलं रिक्षाचालकाची 27 वर्षांची 'क्राईम फाईल'
5000 कारची चोरी, हत्या, 3 बायका 7 मुलं रिक्षाचालकाची 27 वर्षांची 'क्राईम फाईल'