যোগ প্ৰানায়ামেৰে শাৰিৰীক,মানসিক ভাবে সবল থকাৰ উদ্দেশ্য  ২০১৭বৰ্ষত স্থাপিত ৰহা পতঞ্জলি যোগ সমিতিয়ে সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৰ প্ৰস্তুতি চলাই থকা হৈছে।

       ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী তথা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ড° লক্ষীধৰ দাসে জানিবলৈ দিয়া অনুসৰি ২৭ আগষ্টত পূবা ৫বজাৰ পৰা প্ৰত্যেক দিনাৰ দৰে যোগাসন কৰাৰ পাছত ৬বজাৰ পৰা সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।