অসম সেনাৰ শোণিতপুৰ জিলা সমিতিৰ জৰুৰীকালীন কাৰ্য্যনিৰ্বাহক সভা। 

ডিপোটা-মিলনপুৰ বামুনচুৱুৰী পুঁথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভা। সভাত সাংগঠনিক দিশৰ লগতে গুৱাহাটীত হব লগা অসম সেনাৰ কেন্দ্ৰীয় অধিবেশন অাৰু তেজপুৰত হব লগা অাছুৰ কেন্দ্ৰীয় ৰাভা দিৱসৰ সন্দৰ্ভত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলৰ লগত অালোচনা হয়।