বৰ্ষ ২০১৬ত স্থাপিত ব্যক্তিগত খণ্ড ৰ শিক্ষণ প্ৰতিষ্ঠান ৰহা ৰিজ'নেন্স বিদ্যাপীঠে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো বিদ্যাপীঠ প্ৰাঙ্গণ ত অহা ২৬ আগষ্টত নৱাগত আদৰনি সভা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে।

       বিদ্যাপীঠ ৰ পৰা জানিবলৈ দিয়া মতে ২৬ আগষ্টৰ পূবা ৭.৪৫বজাত বাৰেৰহনিয়া সাংস্কৃতিক শুভাযাত্ৰাৰে নৱাগত আদৰনি সভাৰ শুভাৰম্ভ কৰাৰ পাছত ১০বজাত নৱাগত আদৰনি সভা আৰু দুপৰীয়া ১২বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।