অজস্ৰ বিশ্ববাসীক সাক্ষী কৰি আজি আবেলি সফলতাৰে চন্দ্ৰপৃষ্ঠত অবতৰণ কৰিলে চন্দ্ৰযান(৩)য়ে৷উক্ত বিৰল দৃশ্যৰ সাক্ষী হৈ ৰ’ল কোটি কোটি ভাৰতীয়ৰ লগতে সমগ্ৰ বিশ্ববাসী৷আজিৰ অবতৰণৰ দৃশ্য দেখি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ লগতে কামৰূপ জিলাৰ ৰাইজ আনন্দত আত্মাহাৰা হৈ পৰিছিল৷বিদ্যালয়ে বিদ্যালয়ে ছাত্ৰছাত্ৰীৰ উৎসাহৰ অন্ত নাই৷হাতচাপৰি হৰিধ্বনিৰে উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিলে সমগ্ৰ ৰাজ্য৷কতজনে ৰাজপথত ফটকা ফুটাই ভাৰতমাতাৰ জয়ধ্বনি দিয়ে৷আন কিছু সংখ্যকে বন্ধু বান্ধৱৰ মাজত মিঠাই বিতৰণ কৰাও দেখা গৈছে৷মুঠৰ ওপৰত সকলো শ্ৰেনীৰ ৰাইজৰ মাজত বিজয়ৰ আনন্দ ফুটি উঠিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
G20 Summit 2023: घोषणापत्र में ऐसा क्या है, जिसे पढ़ कर 19 देशों ने भरी हामी | PM Modi | Delhi G20
G20 Summit 2023: घोषणापत्र में ऐसा क्या है, जिसे पढ़ कर 19 देशों ने भरी हामी | PM Modi | Delhi G20
ગાંધીધામના આઈએમએ પ્રેસિડન્ટના જન્મદિવસની શુભેચ્છા
આજરોજ તારીખ 5/1 2023ના રોજ ગાંધીધામના IMA પ્રેસિડેન્ટ ડોક્ટર બળવંતદાન ખાડીયાનો જન્મદિવસ હોવાથી...
Sapna Choudhary: 30 किलो की ड्रेस पहनकर कांस के रेड कार्पेट पर पहुंची सपना चौधरी, कार में बैठना हुआ मुश्किल
हरियाणवी डांसर और इंटरनेट सेंसेशन सपना चौधरी आज किसी पहचान की मोहताज नहीं हैं। सपना ने अपने डांस...
ৰাজগড় কৰমা ভৱনত আছাৰ টিংখাঙ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া কৰম সন্মিলন
ৰাজগড় কৰমা ভৱনত আছাৰ টিংখাঙ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া কৰম সন্মিলন
शिरुर तालुक्यातील त्या गायरान अतिक्रमणाबाबत प्रशासन अलर्ट
शिरुर: जिल्हाधिकाऱ्यांकडून (दि. ४) नोव्हेंबर २०२२ रोजी गायरान अतिक्रमण काढण्याबाबत पारित झालेल्या...