সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা ৰ নিৰ্দেশত নতুন পেঞ্চন নীতি( এন পি এছ )বাতিল কৰি অ পি এছ পুূন: প্ৰবৰ্তন ৰ দাবীত সমস্ত ৰাজ্যতে এন পি এছ কৰ্মচাৰী সকলে আজিৰ পৰা দুদিনীয়া কৰ্মবিৰতিৰ পালন কৰাৰ ঘোষণা কৰাৰ সমান্তৰালকে ৰহা আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সমিতিয়ো কৰ্মবিৰতি পালন কৰি আজি ৰ পৰা দুদিনীয়া কৰ্মবিৰতি আৰম্ভ কৰে।আজি ৰহাতো চৰকাৰী এন পি এছ কৰ্মচাৰী আৰু শিক্ষক সমাজে নিজ নিজ কাৰ্যালয়,বিদ্যালয়,মহাবিদ্যালয় ত কৰ্মবিৰতি পালন কৰি পুৰনি পেঞ্চন নীতি (অ পি এছ) পুন:প্ৰবৰ্তন কৰি কৰ্মচাৰী সকলৰ অৱসৰী জীৱনৰ সুৰক্ষা সুনিশ্চিত কপাৰ দাবী জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Shimla Shiv Mandir Landslide: ऐसी तबाही नहीं देखी होगी...! Landslide in Himachal
Shimla Shiv Mandir Landslide: ऐसी तबाही नहीं देखी होगी...! Landslide in Himachal
असद की मुश्किलें बढ़ी, पहले देश छूटा अब पत्नी अस्मा ने भी छोड़ा साथ; रूस की अदालत में दी अर्जी
नई दिल्ली। सीरिया के अपदस्थ राष्ट्रपति बशर अल-असद की पत्नी अस्मा अल-असद ने अदालत में तलाक के...
ફાલ્ગુની પાઠકે આવનારા ગીત 'રંગારા'માં પોતાનું રેપ ડેબ્યુ કર્યું
ફાલ્ગુનીનું નવું ગુજરાતી રૅપ રંગારા જુઓ! અસંખ્ય ગુજરાતી હિટ લોકગીતો પાછળના પ્રતિકાત્મક અવાજે...
Uttarakhand के Joshimath में मकान गिरा, घटना के वक्त मकान में 7 मजदूर मौजूद | Tragedy
Uttarakhand के Joshimath में मकान गिरा, घटना के वक्त मकान में 7 मजदूर मौजूद | Tragedy
ભીલડી પાસે અકસ્માત ,,બાઈક સવાર નું મોત
ડીસા રાધનપુર નેશનલ હાઈવે ભીલડી પાસે હિટ એન્ડ રનની ઘટનામાં એક પોલીસ કર્મચારીનું ઘટના સ્થળે...