বিগত কিছুদিনৰ পৰা নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ লগতে কামৰূপ জিলাৰ এটা অঞ্চলত কিছুমান মানসিক বিকাৰগ্ৰস্ত লোকৰ বিচৰণত ৰাইজ সংকিত হৈ পৰিছে৷ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোপাধৰাৰ আতংকত দিননিয়াইছে ৰাইজে৷এনেকুৱা পৰিবেশৰ মাজতে এইসকল মানসিক বিকাৰ গ্ৰস্ত লোকৰ আবিৰ্ভাৱে ৰাইজক ভিতিগ্ৰস্ত কৰি তুলিছে৷ইতিমধ্যে এনেকুৱা কেইবাজনো মানসিক বিকাৰগ্ৰস্ত লোকক ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰি চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে৷ইয়াৰ ভিতৰত নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ৰ সন্মুখৰ পৰা এজন,বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মুখৰ পৰা এজন আৰু আঠঘৰিয়াৰ পৰা এজনক আটক কৰাৰ খৱৰ পোৱা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચાર બારા ગામે આજે યોજાયેલ વાચ્છરાભાની જાતરમાં માનવ મહેરામણ ઉમટ્યું
ચાર બારા ગામે આજે યોજાયેલ વાચ્છરાભાની જાતરમાં માનવ મહેરામણ ઉમટ્યું
Delhi Sakshi Murder: साक्षी के पिता को पता थी साहिल से दोस्ती की बात, कहा था- अभी छोटी हो पढ़ाई पर ध्यान दो...
दिल्ली के शाहबाद में 28 मई की रात को हुए साक्षी हत्याकांड में एक बड़ा हुआ है। यह खुलासा पुलिस...
free diabetic Horlicks distribution by Dr B R AMBEDKAR health and education foundation
free diabetic Horlicks distribution by Dr B R AMBEDKAR health and education foundation
Maruti Suzuki Dzire facelift टेस्टिंग के दौरान फिर आई नजर, हाइब्रिड इंजन और इन खूबियों के साथ मारेगी एंट्री
टेस्टिंग म्यूल से कुछ पता नहीं चलता हैनई डिजायर में अन्य बदलावों के साथ एलईडी हेडलाइट और टेललाइट...
રાજકોટના લોકમેળામાં મોટી દુર્ઘટના સર્જાઈ આવુ બન્યું
રાજકોટના લોકમેળામાં મોટી દુર્ઘટના સર્જાઈ આવુ બન્યું