শাসনাধিষ্ঠ বিজেপি দলৰ শেহতীয়াকৈ নতুন পুৰণিলৈ বিৰ্তকই দলটোৰ মজিয়াত তোলপাৰ লগাই থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপিৰ অন্যতম জেষ্ঠ কাৰ্য্যকৰ্তা চক্ৰ গগৈ ।
২০০০ চনৰ পৰা তৃণমূলৰ কৰ্মী হিচাপে জড়িত থাকি বৰ্তমান বিধায়ক চক্ৰ গগৈ এজন অন্যতম পুৰণি বিজেপি।
বৰ্তমান এনেদৰে ন-পুৰণি বিৰ্তকত
দুখ অনুভৱ কৰি বিনোদ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজেন গোঁহাইক শ্ৰদ্ধা তথা এগৰাকী অন্যতম পুৰণি বিষয়ববীয়া হৈ তেওঁ এই সময়ত তেনে মন্তব্য কৰাটো দূৰ্ভাগ্যজনক বুলি কয়।
কংগ্ৰেছৰ নিজৰে স্থিতি নাই, ১০৬ টা বিধানসভা সমষ্টি দখলত থকা বিজেপিক সমালোচনা কৰা কথাটো অসমৰ ৰাইজে বুজি পায়