স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটিমান দিন বাকী । আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যত এতিয়া স্বাধীনতা দিৱসৰ বাবে চলিছে ব্যপক প্ৰস্তুতি । স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। ৰাজ্যৰ অন্যান্য স্থানৰ সৈতে দৰঙৰ দলগাঁৱতো ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰা বিভিন্ন যানবাহন সমূহত আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে। স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত কোনো দুস্কৃতিকাৰীয়ে যাতে কোনো ধৰনৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ দলগাঁৱৰ আৰক্ষীয়ে মটৰ চাইকেল, লঘু যানবাহনৰ পৰা যাত্ৰীবাহী বাছলৈ তন্ন তন্ন কৰি চলাইছে তালাচী অভিযান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आतंकी पन्नू ने एयर इंडिया में विस्फोट की दी धमकी:वीडियो जारी कर कहा- 1 से 19 नवंबर तक सफर न करें
खालिस्तानी समर्थक सिख फॉर जस्टिस (एसएफजे) के आतंकी गुरपतवंत सिंह पन्नू ने एक बार फिर एयर-इंडिया...
ડીસાના મુડેઠા ગામે પ્રેમમાં અડચણરૂપ બનતા પત્નીએ પ્રેમી સાથે મળી પતિની કરી હત્યા..
ડીસા પાસે પ્રેમ પ્રકરણમાં વધુ એક હત્યા થઈ હોવાની ઘટના સામે આવી છે, પ્રેમમાં આડખીલી રૂપ બનતા...
જી.એચ.ભક્ત હાઈસ્કૂલમાં મહુવામાં યોજાયેલ સ્પોર્ટસ સમર કેમ્પની પૂર્ણાહુતી અને વિજેતા રમતવીરો
મહુવા વિભાગ કેળવણી મંડળ સંચાલિત જી.એચ.ભક્ત હાઈસ્કૂલ મહુવામાં સ્પોર્ટસ સમર કેમ્પનું આયોજન કરવામાં...
ৰূপহীহাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ ৩২টাকৈ কন্টেইনাৰসহ আব্দুল খালেকক গ্ৰেপ্তাৰ কৰে
অসম আৰক্ষীয়ে প্ৰতিদিনাই ড্ৰাগছ ৰ বিৰুদ্ধে প্ৰতিদিনেই অভিযান অব্যাহত ৰাখিছে ৷ আজি ৰূপহীহাট...