স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটিমান দিন বাকী । আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যত এতিয়া স্বাধীনতা দিৱসৰ বাবে চলিছে ব্যপক প্ৰস্তুতি । স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। ৰাজ্যৰ অন্যান্য স্থানৰ সৈতে দৰঙৰ দলগাঁৱতো ৰাষ্ট্ৰীয় ঘাইপথৰে চলাচল কৰা বিভিন্ন যানবাহন সমূহত আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে। স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত কোনো দুস্কৃতিকাৰীয়ে যাতে কোনো ধৰনৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ দলগাঁৱৰ আৰক্ষীয়ে মটৰ চাইকেল, লঘু যানবাহনৰ পৰা যাত্ৰীবাহী বাছলৈ তন্ন তন্ন কৰি চলাইছে তালাচী অভিযান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નડિયાદ વિધાનસભા મતવિસ્તારમાં સમાવિષ્ટ ચૂંટણી અંગે ચર્ચા કરવામાં આવી
નડિયાદ વિધાનસભા મતવિસ્તારમાં સમાવિષ્ટ વિસ્તારના શહેર અને તાલુકાના મંડળ સંગઠનના પદાધિકારીઓ, વિવિધ...
Extreme heavy rainfall predicted in parts of North Gujarat |Gujarat Rains |TV9GujaratiNews
Extreme heavy rainfall predicted in parts of North Gujarat |Gujarat Rains |TV9GujaratiNews
કાંકરેજના વડામાં ગાંજો ઝડપાયો
કાંકરેજ તાલુકાના વડા ગામે એસસોજીની ટીમે શુક્રવારે રાત્રે ઉત્તર ગુજરાતમાં આજ દિન સુધીનો સૌથી મોટો...