ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ বাবে এট ভাল খবৰ। অএনপিটিআৰ ৰেঞ্জাৰ (ফ্রন্টলাইন ষ্টাফ) সকলক তেওঁলোকৰ বিশেষ সেৱাৰ স্বীকৃতি হিচাপে 2য় IUCN WCPA আন্তৰাষ্ট্ৰীয় ৰেঞ্জাৰ এৱাৰ্ড প্ৰদান । ওএনপিটিআৰত প্ৰদান কৰা এইয়া প্ৰথম আন্তর্জাতি পুৰস্কাৰ।আফ্রিকা প্রটেক্টেড এৰিয়াছ কংগ্ৰেছৰ মুখ্য অডিটোৰিয়াম, কিগালী কনভেনশন কেন্দ্ৰত অনুষ্ঠিত হয় অনুষ্ঠান। ২০ জুলাইৰ নিশা ৰুৱাণ্ণ্ডা কিগালিত এই বঁটাটো প্ৰশংসাৰ পত্ৰৰ বাহিৰেও ৮ লাখ টকাকৈ নগদ ধন প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડાકોર રેફરલ હોસ્પિટલ નો બળાત્કારી આરોપી તબીબ પોલીસ નાં ગીરફત માં આવ્યો | Samprat News
: ડાકોર રેફરલ હોસ્પિટલ નો બળાત્કારી આરોપી તબીબ પોલીસ નાં ગીરપ્ત માં આવ્યો | Samprat News
बंगालच्या उपसागरात चक्रीवादळाची शक्यता; महाराष्ट्रात ढगाळ वातावरण
बंगालच्या उपसागरात अंदमानच्या दक्षिणेला हवेच्या कमी दाबाचं क्षेत्र निर्माण झालं आहे....
Breaking News: मोदी सरनेम मानहानि केस में Rahul Gandhi की याचिका पर आज अहम सुनवाई| Supreme Court
Breaking News: मोदी सरनेम मानहानि केस में Rahul Gandhi की याचिका पर आज अहम सुनवाई| Supreme Court