ৰাজ্যৰ প্ৰায় ৩,৩৮,২৪৫টা আত্মসহায়ক গোটৰ ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ অসম চৰকাৰে ১০,০০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে আৰ্থিক অনুদানক সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকললৈ অসম চৰকাৰে বেংক ঋণৰ সুবিধা আৰু সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। - মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma