ৰাজ্যৰ প্ৰায় ৩,৩৮,২৪৫টা আত্মসহায়ক গোটৰ ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ অসম চৰকাৰে ১০,০০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে আৰ্থিক অনুদানক সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকললৈ অসম চৰকাৰে বেংক ঋণৰ সুবিধা আৰু সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। - মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિધર્મી ભાઈઓએ માતા-પુત્રી પર આચર્યુ દુષ્કર્મ
#buletinindia #gujarat #vadodara
दों युवकों की हुई मौत ट्रेन से कटकर मामला आजमगढ़
जनपद आजमगढ़ में, दों युवकों की हुई मौत ट्रेन से कटकर। मालूम हो कि जनपद आजमगढ़ थाना क्षेत्र के...
एच.आई.वी जागरूकता मैराथन दौड़ में विजेता रही शिवानी
एच.आई.वी जागरूकता मैराथन दौड़ में विजेता रही शिवानीबून्दी। राजकीय कन्या महाविद्याल, बून्दी में...
Business News: सोना-चांदी की कीमतों में आई गिरावट, जानिए ताजा भाव और देखिए और भी खबरें
Business News: सोना-चांदी की कीमतों में आई गिरावट, जानिए ताजा भाव और देखिए और भी खबरें
ঢেকীয়াখোৱা বৰনামঘৰত ভক্তিভৰা সেৱা নিবেদিলে মন্ত্ৰী অতুল বৰায়ে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা...