মঙ্গলবাৰে দিনৰ বাৰ মান বজাত গৰীয়া মৰীয়া জাতীয় পৰিষদৰ জিলা সমিতিৰ সভাপতি বুলবুল ৰহমানে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তৈল খেজুৰৰ খেতিয়ে অসম।বাসীক ভৱিষ্যতে বহু অসুবিধাত পেলাব। সেইহে অসম চৰকাৰৰ দুই জনালে গৰীয়া মৰীয়া জাতীয় পৰিষদৰ সভাপতি বুলবুল ৰহমানে দুই লাখ হেক্টৰ ভূমিত তৈল খেজুৰ খেতিৰ বিৰোধীতা কৰি তেওঁ এই খেতি বন্ধ কৰাৰ দাবী তোলে।