এক চাঞ্চল্যকৰ ঘটনাত সোমবাৰে অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত ৰঙিয়াত উদ্ধাৰ হয় মাতৃ- কন্যাৰ যুটিৰ অৰ্ধগলিত মৃতদেহ। শিৱ মন্দিৰৰ সমীপৰ এটা এপাৰ্টমেণ্টত মৃতদেহ উদ্ধাৰ কৰি অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে।নিহত দুজন কণিকা আগৰৱালা আৰু পিনু আগৰৱালা বুলি চিনাক্ত কৰা হৈছে। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে।চলিত বৰ্ষৰ আৰম্ভণিতে গোলাঘাটৰ বৰপথাৰ স্থানীয় অঞ্চলত বস্তাত ভৰাই থকা এটি নৱজাতকৰ পচি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল।বৰপথাৰ থানাৰ অন্তৰ্গত বাছাপাথাৰ স্থানীয় অঞ্চলৰ এজন ললিত বড়োৰ বাসগৃহৰ সমীপতে উদ্ধাৰ কৰে মৃতদেহটো।সূত্ৰই জনোৱা মতে, ললিত বড়োৰ পৰিয়ালৰ লোকে প্রথমে বস্তাটো কুকুৰে কামোৰা দেখিছিল আৰু সেই অনুসৰি বৰপথাৰ আৰক্ষীক খবৰ দিয়ে । বৰপথাৰ আৰক্ষীৰ সৈতে গাওঁৰ প্ৰতিৰক্ষা দলৰ সদস্যই ঘটনাস্থলীত উপস্থিত হৈ গোচৰটোৰ তদন্ত আৰম্ভ কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्व मुख्यमंत्री स्वर्गीय कैलाश जोशी के पुत्र दीपक जोशी और सेवड़ा पूर्व विधायक राघव सिंह बघेल ने ज्वाइन की कांग्रेश
पूर्व मुख्यमंत्री स्व. कैलाश जोशी के पुत्र दीपक जोशी और सेवड़ा पूर्व विधायक राघौ...
Endangered animal rescued
ASSAM RIFLES RESCUES ENDANGERED ANIMAL IN ARUNACHAL PRADESH
Jairampur Battalion of Assam Rifles...
રાજુલામાં પાલિકા દ્વારા વોટર ફિલ્ટર પ્લાન્ટનું લોકાર્પણ I #amreli I Divyang News
રાજુલામાં પાલિકા દ્વારા વોટર ફિલ્ટર પ્લાન્ટનું લોકાર્પણ I #amreli I Divyang News
વલ્લભીપુર શહેર અને ગ્રામ્યમાં અનાજ માફીયાઓ બેફામ
જવાબદાર તંત્ર આંખ આડા કાન કરતું હોવાની લોકમુખે ચર્ચા
રાજ્ય સરકાર દ્વારા...