থাওৰা সমষ্টিৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং উদয়পুৰ গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পথৰ উপৰত ভূঁই ৰুই ৰাইজে প্ৰতিকী ভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্বাচনৰ সময়তহে স্থানীয় বিধায়ক গৰাকীয়ে ভোট বিচাৰি ১ নং উদয়পুৰ অঞ্চলত পদাৰ্পন কৰেহি বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। গাওঁবাসীয়ে বিভাগীয় কৰ্তপক্ষৰ লগতে স্থানীয় বিধায়কক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ১ নং উদয়পুৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ "বিজেপি চৰকাৰ মূৰ্দাবাদ" "অসম চৰকাৰ মূৰ্দাবাদ" "সুশান্ত বৰগোহাঁই মূৰ্দাবাদ" আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्री सद्गगुरु वारकरी गुरुकुल शिक्षण संस्था पाल फाटा च्या दिंडीने वेधले लक्ष
श्री सद्गुरु वारकरी गुरुकुल शिक्षण संस्था पाल फाटा यांच्या वतीने हरिभक्त पारायण रवींद्र महाल...
વિદ્યાનગર ખાતે આવેલા એસબીઆઇના એટીએમ માં આગ
વિદ્યાનગર ખાતે આવેલા એસબીઆઇના એટીએમ માં આગ
Tallest Escalator In India : भारत के किस शहर में है देश का सबसे ऊंचा एस्केलेटर, जानिए
विदेशों की तरह की भारत में भी सीढ़ियों की जगह अब लगभग हर सार्वजनिक स्थलों पर...
हमेशा राजनेता की तरह पीएम मोदी ने किया व्यवहार, कभी नहीं की बदले की राजनीति: गुलाम नबी आजाद
नई दिल्ली, पूर्व राज्यसभा सांसद और डेमोक्रेटिक आजाद पार्टी के प्रमुख गुलाम नबी आजाद ने...