🔴এইবাৰ একেলগে ৩জন আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই। 

🔴লাহৰীঘাট থানাত ২০ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে কৰায়ত্ত SI মুকুন্দ উপাধ্যায়, কনিষ্টবল মিজানুৰ ৰহমান আৰু হীৰকজ্যোতি ডেকা। 

#thevoiceofchariduar #NewsUpdate #News #Assam