শিৱসাগৰত মংগলবাৰে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় " ভাৰত ত্যাগ আন্দোলন"ৰ স্মৃতি ৰোমন্থন সমাৰোহ।অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলন ৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হয় এই সমাৰোহ। স্মৃতি ৰোমন্থন সমাৰোহত ৩০ গৰাকীৰো অধিক মুক্তিযুঁজাৰুয়ে অংশগ্ৰহণ কৰি ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি পুনৰ এবাৰ সজীৱ কৰি তোলে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুক্তিযুঁজাৰুৰ লগতে তেওঁলোকৰ পত্নী, সন্তানেও অংশগ্ৰহণ কৰা সমাৰোহ উপলক্ষে পুৱাই বাহিৰ কৰা হয় এক ৰেলী।ইয়াৰ পিছতে মুকলি সভাত অংশগ্ৰহন কৰি দেশৰ স্বাধীনতা আন্দোলনৰ বিষয়ে কেইবাগৰাকীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে নৱ প্ৰজন্মক দেশৰ হকে কাম কৰাৰ পৰামৰ্শ আগবঢ়াই।সমাৰোহত মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালে বৰ্তমানৰ স্বাধীন ভাৰতত সন্মুখীন হোৱা সমস্যা সমাধান সন্দৰ্ভতো আলোচনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত আন্তৰ্জাতিক যোগ দিৱস পালন
সোণাৰিত আন্তৰ্জাতিক যোগ দিৱস পালন
ખુશીઓ અને ઉમંગના પાવન પર્વ દેવ દિવાળી નિમિત્તે આપને તથા આપના પરિવારને ખૂબ ખૂબ શુભકામનાઓ...
ખુશીઓ અને ઉમંગના પાવન પર્વ દેવ દિવાળી નિમિત્તે આપને તથા આપના પરિવારને ખૂબ ખૂબ શુભકામનાઓ. ...
LIVE: Navratri Mahotsav | Botad | Day - 6
LIVE: Navratri Mahotsav | Botad | Day - 6
जानिए सौंफ किन-किन बीमारियों में फ़ायदेमंद है | Health and Beauty Benefits of Fennel Seeds | SAAOL
जानिए सौंफ किन-किन बीमारियों में फ़ायदेमंद है | Health and Beauty Benefits of Fennel Seeds | SAAOL