ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ তিলৈ স্থিত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূঁজিৰ চেক বিধায়ক চক্ৰধৰ গগৈয়ে বুধবাৰে বিয়লি প্ৰায় তিনিমান বজাত বিতৰণ কৰে। মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ দুশ আশী গৰাকী পুৰুষ আৰু মহিলালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পূঁজিৰ শিতানৰ পৰা চেক যোগে পূঁজি বিতৰণ কৰে। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং মণ্ডলৰ সভাপতি আৰু বিষয় ববীয়াক প্ৰমুখ্যে কৰি কাৰ্যকৰ্তা আৰু হিতাধিকাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मौसम विभाग का 14 जिलों में रेड अलर्ट जारी
मौसम विभाग का 14 जिलों में रेड अलर्ट जारी
বটদ্ৰৱাত নতুন মডেল মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাৰ
বটদ্ৰৱাত নতুন মডেল মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাই।
राजस्थान के 5 जिलों में आज अतिभारी बारिश की चेतावनी:उदयपुर-बांसवाड़ा हाईवे बंद; जयपुर में मकान गिरा, युवक की मौत
राजस्थान में बारिश का दौर जारी है। बांसवाड़ा में तेज बारिश के बाद बांसवाड़ा-उदयपुर स्टेट हाईवे बंद...
Tata ने लॉन्च की नई Harrier और Safari फेसलिफ्ट, कीमत से लेकर फीचर्स तक
Tata ने लॉन्च की नई Harrier और Safari फेसलिफ्ट, कीमत से लेकर फीचर्स तक
જસદણ આદમજી રોડ પર રહેતો યુવક વ્યાજના ચક્કરમાં ફસાતા જસદણ પોલીસ સ્ટેશનમાં એક આરોપી સામે ફરિયાદ નોંધાઈ
જસદણ આદમજી રોડ પર રહેતો મયુરભાઇ મગનભાઇ ધાનાણી વ્યાજના ચક્કરમાં ફસાતા પોલીસ સ્ટેશનમાં એક આરોપી...