ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাং চালি মুগাপামত আজি MGNREGA আঁচনিৰ অধীনত ২৮ লাখ টকাৰে কেচেৰু আৰু চোমগছ ৰুপন কাৰ্য্যৰ শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক।চক্ৰধৰ গগৈয়ে। এই।সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যকৰ্তাৰ লগতে মুগা পামৰ বিষয়-ববীয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।
মৰাণৰ ৰাংচালি মুগা পামত MGNREGA আঁচনিৰ অধীনত ২৮লাখ টকাৰে কেছেৰু আৰু চোমগছ ৰুপন কাৰ্য্যৰ শুভাৰম্ভ কৰে বিধায়কে।
