সমগ্ৰ দেশ বাসীৰ লগতে চৰাইদেউ জিলাৰ মৰাণতো অহা ১৫ আগষ্টত ৭৭ তম স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি চলিছে ।এই উপলক্ষে মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ গাওঁঁপ্ৰধান কক্ষত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে সভাপতিত্ব কৰা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্যালয়ৰ উচ্চ বৰ্গ সহায়ক ৰশ্মিৰেখা গগৈয়ে । উল্লেখ্য যে বিগত বৰ্ষ বিলাকত মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ে স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস মৰাণ পৌৰসভা কাৰ্যালয়ৰ কাষতে থকা শিশু উদ্যানত পালন কৰি আহিছিল । এই বাৰ ৭৭ তম স্বাধীনতা দিৱস প্ৰথম বাৰৰ বাবে মাহমৰা চক্ৰবিষয়া কাৰ্যালয়ৰ সংৰক্ষিত ভূমিত পালন কৰাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ লৈ সৰ্বসন্মতি ক্ৰমে সভাত গৃহীত কৰা হয় । কাৰ্যসূচী মতে শ্বহীত তৰ্পণ, পতাকা উত্তোলনৰ পাচতে ছাত্ৰী - সকলৰ মাজত বিভিন্ন খেল ধেমালী, সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হব । সভাত পৰামৰ্শ আগবঢ়োৱা ব্যক্তি সকল আছিল মৰাণহাট আৰক্ষী থানাৰ চক্ৰ বিষয়া আৱিদুৰ ৰহমান , মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰা , শিক্ষক ধীৰাজ মল্লিক , সমাজকৰ্মী হেম বৰা , সুশীল বৰুৱা , প্ৰদীপ সেন শৰ্মা , অসীম গোহাঁই , সত্যনাথ শৰ্মা , বিজু ম'ৰ , সীমা আগৰৱালা আৰু কাজল দাস ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উষা চাহ বাগিছাত অসম চাহ মজদুৰ সংঘ বাগান শাখা সহযোগত উপ-কৰ্মচাৰীৰ প্ৰাপ্যৰ দাবীত ৩ ঘণ্টা ধমঘট কাৰ্যসূচী।
উষা চাহ বাগিছাত অসম চাহ মজদুৰ সংঘ বাগান শাখা সহযোগত উপ-কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী
મહુવા બીએપીએસ સ્વામિનારાયણ મંદિર ખાતે વિશ્વાસથી વિકાસયાત્રા અંતર્ગત કાર્યક્રમ યોજાયો
મહુવા બીએપીએસ સ્વામિનારાયણ મંદિર ખાતે વિશ્વાસથી વિકાસયાત્રા અંતર્ગત કાર્યક્રમ યોજાયો
बाड़मेर अभियान - दस नए ऑटो टीपर का किया शुभारंभ जनप्रतिनिधियों और जिला कलक्टर ने हरी झंडी दिखाकर किया रवाना बाड़मेर शहर को साफ करने के लिए अब 55 वार्डो में दौड़ेगी कचरा संग्रहण गाड़ी
बाड़मेर, 24 अक्टूबर। मुख्यमंत्री भजनलाल शर्मा की भावना की अनुरूप बाड़मेर शहर को स्वच्छ रखने के लिए...
कन्हैयालाल हत्याकांड पर फिर सियासत! राजेंद्र राठौड़ का गहलोत पर पलटवार
भाजपा नेता राजेंद्र राठौड़ ने कन्हैयालाल हत्याकांड को लेकर पूर्व मुख्यमंत्री अशोक गहलोत पर पलटवार...