ভঙাগড় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

GMCH ৰ পানী যোগান আঁচনিটো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে বৃক্ষ ৰোপন কৰে কাৰ্যালয়টোৰ চৌহদত ৷

বৰ্তমান পানী যোগান আঁচনিটোৰ পৰা GMCH মেডিকেল , ১৩ টা হোষ্টেল , চুপাৰ স্পেচিলিটি হস্পিতালে লাভ কৰি থকা পানী যোগানৰ বিষয়ে আলোচনা কৰে কৰ্মচাৰী লগতে চিকিৎসালয় অধীক্ষকৰ সৈতে ৷

পানী যোগানৰ ক্ষেত্ৰত থকা আসোঁৱাহ সমূহ দূৰ কৰা ক্ষেত্ৰত লব বিশেষ পদক্ষেপ ৷

অস্থায়ী কৰ্মচাৰী দৰমহা সন্দৰ্ভত মন্তব্য ৷

গেমন ইণ্ডিয়া সৈতে থকা চুক্তি GMDA কিয় বাতিল কৰিছে সেই বিষয়ে মই অগত নহয় ৷ 

মহানগৰবাসীৰ খোৱা পানী সন্দৰ্ভত বিভাগীয় মন্ত্ৰীয়েহে কব পাৰিব ৷