মাজুলী, ৪ আগষ্টঃ মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ে ৫০ বছৰ সম্পুৰ্ণ কৰাত ইতিমধ্যে ২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি থকা হৈছে৷ মহাবিদ্যালয়খনৰ গৌৰৱোজ্বল সোণালী জয়ন্তী সামৰণী অনুষ্ঠানত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে৷ উক্ত স্মৃতিগ্ৰন্থৰ বাবে সম্পাদনা সমিতিৰ মুখ্য সম্পাদক ড০ বিউটি গগৈয়ে শুভাকাংক্ষী ৰাইজৰ পৰা লেখা আহ্বান কৰিছে৷ লেখাসমূহ মৌলিক হোৱাৰ লগতে ১৫০০ শব্দৰ অধিক হ’ব নোৱাৰিব ৷ লেখাসমূহ ৩১ অক্টোবৰ, ২০২৩ তাৰিখৰ ভিতৰত পোৱাকৈ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যালয়লৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিব পাৰিব অথবা umkc50sr@gmail.com মেইলত নাইবা ৮৬৩৮৭-৮২৯৬২ হোৱাইটচএপ নম্বৰত পঠাব পাৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
தமிழக முன்னாள் முதலமைச்சர் எடப்பாடி பழனிச்சாமி மீது கொலை வழக்கு பதிவு செய்ய வேண்டும்
தமிழ்நாடு தூத்துக்குடியில் செய்தியாளர்களிடம் பேசிய மே 17 இயக்க ஒருங்கிணைப்பாளர்...
Ram Mandir Pran Pratishtha: कौन हैं काशी के ये पंडित, जो कराएंगे राम मंदिर की प्राण-प्रतिष्ठा? | UP
Ram Mandir Pran Pratishtha: कौन हैं काशी के ये पंडित, जो कराएंगे राम मंदिर की प्राण-प्रतिष्ठा? | UP
নিশা মৰাণৰ ঝলমত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য
নিশা মৰাণৰ ঝলমত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য
આસામમાં બટાકાના ઉત્પાદનમાં નોંધપાત્ર વધારોઃ કૃષિ મંત્રી
આસામના કૃષિ પ્રધાન અતુલ બોરાએ જણાવ્યું હતું કે બટાટાનું ઉત્પાદન પ્રતિ હેક્ટર સાત મેટ્રિક ટનથી...