মাজুলী, ৪ আগষ্টঃ মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ে ৫০ বছৰ সম্পুৰ্ণ কৰাত ইতিমধ্যে ২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি থকা হৈছে৷ মহাবিদ্যালয়খনৰ গৌৰৱোজ্বল সোণালী জয়ন্তী সামৰণী অনুষ্ঠানত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে৷ উক্ত স্মৃতিগ্ৰন্থৰ বাবে সম্পাদনা সমিতিৰ মুখ্য সম্পাদক ড০ বিউটি গগৈয়ে শুভাকাংক্ষী ৰাইজৰ পৰা লেখা আহ্বান কৰিছে৷ লেখাসমূহ মৌলিক হোৱাৰ লগতে ১৫০০ শব্দৰ অধিক হ’ব নোৱাৰিব ৷ লেখাসমূহ ৩১ অক্টোবৰ, ২০২৩ তাৰিখৰ ভিতৰত পোৱাকৈ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যালয়লৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিব পাৰিব অথবা umkc50sr@gmail.com মেইলত নাইবা ৮৬৩৮৭-৮২৯৬২ হোৱাইটচএপ নম্বৰত পঠাব পাৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा डकनिया स्टेशन बना स्विमिंग पूल सैकड़ो गाड़ियां डूबी गाड़ी निकालने के लिए कर रहे हैं पानी उतरने का इंतजार
कोटा में करोड रुपए की लागत से डकनिया रेलवे स्टेशन का निर्माण कार्य किया जा रहा है वहां पर जो...
સરદાર સરોવર ડેમમાંથી પાણી છોડાતા નર્મદાનદી બે કાંઠે ; આસપાસના ગામોમાં એલર્ટ અપાયું
રાજ્યમાં વરસાદી માહોલ અને આગાહી વચ્ચે ઉપરવાસમાં પણ ભારે વરસાદને કારણે મધ્યપ્રદેશના ઓમકારેશ્વર...
ડીસામાં ભાજપના પ્રચાર અર્થે આવેલા અમિત શાહે કોંગ્રેસ પર પ્રહારો કર્યા || JKS NEWS
ડીસામાં ભાજપના પ્રચાર અર્થે આવેલા અમિત શાહે કોંગ્રેસ પર પ્રહારો કર્યા || JKS NEWS
নলবাৰীত চেম্বাৰচ অৱ কমাৰ্চৰ হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতা অভিযান
আ জি নলবাৰী চহৰত অৱ কমাৰ্চৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰ বাবে এটি সমদল উলিয়াই সমগ্ৰ নলবাৰী...
ब्लॉक स्तरीय शिक्षक सम्मान समारोह का हुआ आयोजन
ब्लॉक स्तरीय शिक्षक सम्मान समारोह का हुआ आयोजन
रिपोर्टर/रमेश माली
हिंदुस्तान से...