নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালা গাওঁ নিবাসি তথা বৰখালা চকৰ বিশিষ্ট ব্যৱসায়ী গৌতম দাস(৫১)ৰ আজি পূৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷মৃত্যুৰ দুবছৰমান আগৰে পৰা শাৰিৰীক অসুস্থতাৰ বাবে সময়ে সময়ে চিকিৎসাধীন হৱ লগা হৈছিল সদ্য প্ৰয়াত দাস৷এনেদৰে চিকিৎসা অব্যাহত থকাৰ মাজতে আজি নিচেই পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি উপাধ্যক্ষ গিৰীশ চন্দ্ৰ দাসৰ পুত্ৰ গৌতমৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকস্তব্ধ কৰি তুলিছে৷ইতিমধ্যে বৰখালা চক ব্যৱসায়ী সন্থাই বিশিষ্ট ব্যৱসায়ী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ইয়াৰোপৰি অঞ্চলৰ বহুতো দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে৷মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ পিতৃৰ লগতে পত্নী,এগৰাকী পুত্ৰ,এগৰাকী কন্যাৰ উপৰিও ভাই ভগ্নী অজস্ৰ আত্মীয় স্বজনক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP Election 2023: केंद्रीय मंत्री तोमर के बेटे के करोड़ों का लेनदेन करते वायरल हुआ वीडियो, कमलनाथ ने की जांच की मांग
भोपाल। मध्य प्रदेश में चुनाव से पहले सियासी गलियारे में हलचल मची हुई है। केंद्रीय कृषि...
Dr. Mahipal S Sachdev ने समझाया क्या है नजर ठीक रखने का 20-20-20 रूल? | Baithki
Dr. Mahipal S Sachdev ने समझाया क्या है नजर ठीक रखने का 20-20-20 रूल? | Baithki
સસ્તા અનાજની દકાનદારો ભરાયા રોશે... કેવીરીતે..... જુઓ. વૉઈઝ ઑફ મહીસાગર ન્યુઝ.
સસ્તા અનાજની દકાનદારો ભરાયા રોશે... કેવીરીતે..... જુઓ. વૉઈઝ ઑફ મહીસાગર ન્યુઝ.
गाजीपुर के हथियाराम मठ पहुंचे सपा सांसद अफजाल अंसारी ,लिया संतों का आशीर्वाद !
यूपी की गाजीपुर लोकसभा सीट से चुनाव जीते सपा सांसद अफजाल अंसारी सिद्धपीठ हथियाराम मठ पहुंचे. यहां...