নলবাৰী জিলাৰ বৰভাগৰ কহাঁৰঝাৰত এজন যুৱকৰ আত্মহত্যাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷জানিব পৰা মতে ৰূপম চক্ৰৱৰ্তী নামৰ ৩৫ বছৰীয়া যুৱক জনক নিজৰ বস্তিৰ পিচফালে চিপলোৱা অৱস্থাত পিতৃয়ে দেখি হুৱাদুৱা লগাই৷অৱশেষত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি নলবাৰীলৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷উচ্চ শিক্ষিত তথা এটা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত আছিলঁ যুৱক জন৷আনহাতে পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান আছিল নিহত ৰূপম চক্ৰৱৰ্তী৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડાપ્રધાન નરેન્દ્ર મોદી ડિસ્ટ્રિક્ટ લીગલ સર્વિસ ઓથોરિટીની પ્રથમ કોન્ફરન્સને સંબોધશે, આ કાર્યક્રમમાં પણ હાજરી આપશે
ગુજરાતની મુલાકાત બાદ વડાપ્રધાન નરેન્દ્ર મોદી હવે દિલ્હીમાં છે, જ્યાં તેઓ ઘણા કાર્યક્રમોમાં ભાગ...
ફતેપુરા ૧૨૯-વિધાનસભા મતવિસ્તારના ભારતીયટ્રાયબલ પાર્ટીના ઉમેદવાર તરીકે અલ્કેશ કટારાએ ઉમેદવારી નોંધાવી
ફતેપુરા ૧૨૯-વિધાનસભા મતવિસ્તારના ભારતીય ટ્રાયબલ પાર્ટીના ઉમેદવાર તરીકે અલ્કેશ કટારાએ...
नीट-यूजी परीक्षार्थियों से किराया वसूली की शिकायतों पर परिवहन विभाग एक्शन मोड में: रेलवे स्टेशन व बस स्टैंड पर संचालित ऑटो स्टैंड पर ऑटो चालकों से की गई समझाइश
मेडिकल प्रवेश परीक्षा नीट-यूजी रविवार को दोपहर 2 से 5 बजे तक होगी। कोटा में 73 परीक्षा केन्द्रों...
सुंधा माता के दर्शन कर लौट रहे श्रद्धालुओं की कार पिकअप में घुसी, पति-पत्नी सहित 3 की मौत
राजस्थान के जालोर जिले में शनिवार को हुए भीषण सड़क हादसे में पति-पत्नी सहित तीन लोगों की मौत हो...