মাজুলীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজাদি কা অমৃত মহোৎসৱ উপলক্ষে বাইক ৰেলী। 

মাজুলীৰ দৰীয়া খেল পথাৰৰ পৰা মাজুলীৰ গড়মুৰ , কমলাবাৰী হৈ প্ৰায় ২০ খন গাঁওত ৭৫ খন বাইকেৰে শতাধিক যুৱ বিজেপিৰ কাৰ্যকত্তাই বাইক ৰেলিৰে সজাগতাৰ সৃষ্টি কৰে ৷ প্ৰতি ঘৰ লোকৰ ঘৰত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ৰাষ্ট্ৰীয় ত্ৰিৰংগা উত্তোলন খৰি ৰখাৰ আহ্বান জনাই ৷