চীনৰ চেংডুত অনুষ্ঠিত FISU World University Games ত মিক্সড টিম কম্পাউণ্ড আৰ্চাৰী ইভেণ্টত অমন ছাইনী আৰু প্ৰগতিৰ ভাৰতীয় দলে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে । দক্ষিণ কোৰিয়াৰ চো ছুৱা আৰু পাৰ্ক চেউংহিউনৰ যুটিক ১৫৭-১৫৬ গ’লত পৰাস্ত কৰে ছাইনী আৰু প্ৰগতিৰ দলে।