মৰাণত আলফা (স্বাধীন)-ৰ ধনদাবী ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ নতুন নগৰত অৱস্থিত পূৰ্বাঞ্চল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী শ্ৰৱন আগৰৱালাক ৭০ লাখ টকা দাবী সংগঠনটোৰ ৷ যোৱা ১৮ জুলাইত অজ্ঞাত নম্বৰৰ পৰা হোৱাটচআপ যোগে মেজৰ জেনেৰেল নয়ন অসমৰ সাক্ষৰিত ধনদাবী পত্ৰ ব্যৱসায়ীজনক ৷ তাৰ পাছতেই অজ্ঞাত নম্বৰৰ পৰা ফোন আৰু হোৱাটচআপ যোগে দাবী কৰা ধন আদায় দিবলৈ বাৰম্বাৰ ভাবুকি ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ব্যৱসায়ীজনে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত পহৰাৰ ব্যৱস্থা কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত তদন্ত জোৰদাৰ কৰিছে ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে বিষয়টেৰ সন্দৰ্ভত কোনো তথ্য উলিয়াব পৰা নাই ৷ দাবী কৰা ধন নিদিলে জীৱন-সম্পতিলৈ সংশয় নামি আহিব বুলিও ভাবুকি প্ৰদান কৰিছে সংগঠনটোৱে ৷ উল্লেখ্য ২০১৩ বৰ্ষটো ব্যৱসায়ী শ্ৰৱন আগৰৱালাক ১০ লাখ টকা ধন দাবী কৰিছিল আলফাই ৷ সেইবাৰো আৰক্ষীৰ সহায়ত নিৰাপত্তা লাভ কৰিছিল ব্যৱসায়ীজনে ৷ এইবাৰ পুণৰ ধনদাবীৰ ঘটনাত শংকিত হৈ পৰিছে ব্যৱসায়ী শ্ৰৱণ আগৰৱালা ৷ ২০১৩ চনত দাবী কৰা ধন নিদিয়াৰ বাবে এইবাৰ দাবী কৰা ধন শীঘ্ৰেই দিবলৈ সঁকীয়াই দিছে নিজকে নয়ন অসম বুলি পৰিচয় দিয়া ব্যক্তিজনে ৷ এই ঘটনাক লৈ মৰাণৰ ব্যৱসায়ীসকল চিন্তিত হৈ পৰাৰ বিপৰীতে তৎপৰ হৈ পৰিছে মৰাণ আৰক্ষী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
औरंगाबाद येथे बँक ऑफ महाराष्ट्र राज्यस्तरीय बँकर समिती बैठकच्या वेळीस मराठा आरक्षण याचिका कर्ते विनोद पाटील,
अभिजित देशमुख व मराठा क्रांती मोर्च्यांचे सर्व समन्वयक यांनी
केंद्रीय अर्थराज्यमंत्री डॉ.भागवत कराड साहेब यांची भेट घेतली.
औरंगाबाद : दि.५ (दीपक परेराव) औरंगाबाद सिडको येथे नुकताच पार पडलेल्या मराठा क्रांती मोर्चाच्या...
AAJTAK 2 LIVE | ELVISH YADAV फिर नई मुश्किल में फंस गए | Kashi Vishwanath | AT2
AAJTAK 2 LIVE | ELVISH YADAV फिर नई मुश्किल में फंस गए | Kashi Vishwanath | AT2
স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বিশ্বনাথতো জিলা প্ৰশাসনৰ ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জ্ঞাপন ৩ গৰাকী মুক্তিযোদ্ধা, ২৪ গৰাকী প্ৰয়াত মুক্তিযোদ্ধাৰ সহধৰ্মিনীক
দেশৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল জয়ন্তী উপলক্ষে দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানী, নিষ্ঠাৱান কর্মী...
एक App से ही ओपन कर सकते हैं तीन Apps, आपके फोन में भी मौजूद है ये मोबाइल ऐप
अगर हम कहें कि आप एक मोबाइल ऐप से तीन मोबाइल ऐप्स एक्सेस कर सकते हैं तो ये बात आपकी समझ से भी कुछ...
চান্দমাৰী ৰাজহুৱা পূজা সমিতিৰ প্ৰসঙ্গত মেডি'শ্বেডৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ
চান্দমাৰী ৰাজহুৱা পূজা সমিতিৰ প্ৰসঙ্গত মেডি'শ্বেডৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ