🔴আৰক্ষীৰ জালত DIGৰ মোবাইল ফোন থপিওৱা চোৰ

🔴মহানগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চোৰটো

🔴মৰ্ণিংৱাক কৰিবলৈ যাওঁতে DIGৰ ম'বাইল কাঢ়ি নিছিল চোৰে।

#thevoiceofchariduar #newsupdate #Guwahatinews #Guwahati