দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী । দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি মৰাণ আৰক্ষী থানাৰ উদ্যোগত গাওৰক্ষী বাহিনী, শান্তি কমিতি আৰু নাগৰিক সমাজৰ সহযোগত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে মঙলবাৰে মৰাণ নগৰত এক বিশাল মটৰ চাইকেল ৰেলী আয়োজন কৰে । এই কাৰ্যসূচীৰ জৰিয়তে মৰাণবাসী এই কাৰ্যসূচী সফল কৰিবলৈ সকলো জনতাক আহ্বান জনায় । মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু চক্ৰ পৰিদৰ্শকৰ প্ৰচেষ্টাত উলিওৱা ৰেলীটোৰ শুভাৰম্ভনি কৰে মৰাণ আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক শিদ্ধেশ্বৰ বড়োএ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्यार्थ्यांची शिष्यवृत्ती तात्काळ द्या - शेख मोहसीन
गेवराई (प्रतिनिधी) तालुक्यातील हजारो विद्यार्थ्यांची केवळ बँक खाते ला के.वाय.सी नसल्यामुळे...
ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰ কৰি একাউণ্ট খুলি প্ৰায় ২২ লাখ টকা সৰকোৱা মাটি দালালৰ বিৰুদ্ধে মৰাণ আৰক্ষীৰ তদন্ত আৰম্ভ।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এক্সিচ বেংক মৰাণ শাখাত পৰিচয় পত্ৰত অন্য লোকৰ ফটো...
अब CM योगी आदित्यनाथ तक सीधे पहुंचाएं अपनी बात, UP CMO का व्हाट्सएप चैनल हुआ लॉन्च
अब यूपी के लोग आसानी से अपने विचार और चिंताएं सीएम कार्यालय के साथ साझा कर सकते हैं। इसके लिए...
iQOO के इस 5G फोन पर तगड़ी डील, ऑफर्स के साथ 17 हजार से कम में खरीदने का मौका, मिलता है पावरफुल प्रोसेसर
अगर आप बजट में कोई तगड़ा फोन खरीदने के बारे में सोच रहे हैं। तो ये आपके लिए एक अच्छा वक्त हो सकता...
એ.સી.બી. સફળ ટ્રેપ કેસ..
ફરીયાદી :-
એક જાગૃત નાગરીક.
આરોપી :-
અલ્પેશકુમાર ભોજાભાઈ ખેર, ...