অসমৰ নগাঁও জিলাত আৰক্ষীয়ে প্ৰায় ২.৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে।আটকাধীন লোক কেইজন ক্ৰমে আমিৰ হুছেইন, আফৰাজ হুছেইন, আৰু আনোৱাৰা বেগম। এক গোপন সূত্ৰৰ ভিত্তিত নগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মঙলবাৰে নিশা নগাঁও চহৰৰ ধিং গেট অঞ্চলৰ নবীন নগৰত এক অভিযান চলায়।
অসমৰ নগাঁও জিলাত আৰক্ষীয়ে প্ৰায় ২.৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে।
