🔴গুৱাহাটীৰ গণেশপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড।

🔴পিংকু দাস নামৰ এজনক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে তাৰাচান আলীয়ে।

🔴সুৰাপান কৰি দুয়োৰে মাজত হোৱা কাজিয়াৰ ফলতেই এই হত্যাকাণ্ড আশংকা।

🔴ফটাশিল আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে তাৰাচান আলী নামৰ হত্যাকাৰীক। 

#thevoiceofchariduar #NewsUpdate #guwahatinews #guwahaticity