চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত মৰাণ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিবেশন আৰু একত্ৰিংশতম প্ৰতিস্থা দিৱসৰ আজি সফল সামৰণি পৰে।আজি বিয়লি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন। মৰাণ প্ৰেছ ক্লাবৰ উপদেষ্টা ড° যতীন চুতীয়াই সঞ্চালনা কৰা এই সভাখনত মুখ্য অতিথি হিচাবে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া , বিশিষ্ট অতিথি হিচাবে প্ৰখ্যাত চিত্ৰ শিল্পী অনুজ দুৱৰা, অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ।উপদেষ্টা ৰঞ্জিত চাংমাই, চুতীয়া ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, জ্যেষ্ঠ সাংবাদাক শোভিত কুমাৰ ছেত্ৰী, জ্যেষ্ঠ সাংবাদিক ত্ৰৈলোক্য চেতিয়াকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডেইজী কমপ্লেক্সৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান*
মৰাণ চাংমাই গাঁও প্ৰাথমিক বিদ্যালয়ত ২০২৩ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা আৰু...
Shahrukh Khan की Jawan Movie की तारीफ करते-करते ये क्या बोल गए Delhi CM Arvind Kejriwal | Punjab
Shahrukh Khan की Jawan Movie की तारीफ करते-करते ये क्या बोल गए Delhi CM Arvind Kejriwal | Punjab
CCTV : अलिबाग येथे स्कुटीने घेतला पेट, घटना सीसीटिव्हीत कैद | Alibag
CCTV : अलिबाग येथे स्कुटीने घेतला पेट, घटना सीसीटिव्हीत कैद | Alibag
Oil Tanker Blast : Nigeria में तेल टैंकर पलटा, तेल लेने भीड़ जुटी, भीषण धमाका और आग से कई मरे
Oil Tanker Blast : Nigeria में तेल टैंकर पलटा, तेल लेने भीड़ जुटी, भीषण धमाका और आग से कई मरे
NU Hospitals Launches Advanced Quaternary Nephrology & Urology Centre on Mission Road, Bengaluru
Bengaluru, April 23rd, 2026: NU Hospitals has announced the launch of its new quaternary
care...