মণিপুৰৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা প্ৰথমখন মাল ট্ৰেইন আজি খোংছাং ৰেলৱে ষ্টেচনত উপস্থিত হয়। প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে চাউল, পিয়াজ, আলু আদি। ইয়াৰ দ্বাৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি দূৰ হ’ব বুলি মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মন্তব্য কৰে। 

#thevoiceofchariduar #Manipur #manipurviolencenews #NewsUpdate