আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাই CBSC ত অসমীয়া মাধ্যমত দ্বাদশ শ্ৰেণীলৈক শিক্ষা দিয়াৰ সিদ্ধান্তক আদৰণি জনায় ধন্যবাদ দিয়াৰ লগতে অসম চৰকাৰক ইয়াৰ পৰা শিক্ষা লবলৈ আহ্বান।জনাই। তেওঁ কয় যে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী ৰ বহুত লাভ হ'ব। তেঁও আৰু কয় যে-অসম চৰকাৰে বিভিন্ন সময়ত স্কুল বিলাকত মাতৃভাষাৰ ওপৰত প্ৰাধান্য দিয়া দেখা নেযায়। যিসময়ত আমি মাতৃভাষা ৰক্ষাৰ কাৰণে আন্দোলন কৰিছো , সেই সময়তে প্ৰাথমিক বিদ্যালয়ত ইংৰাজী শিক্ষা।বাধ্যতা মুলক কৰিছে , বৰ্তমানৰ চৰকাৰে, সেইসময়তে কেন্দ্ৰীয় শিক্ষা সংসদে লোৱা সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
57वें श्रावणी तीज मेले का आगाज आज से, व्यापारियों ने सजाई दुकानें
श्रावणी तीज मेला महोत्सव आयोजन समिति के तत्वावधान में बुधवार से स्टेशन स्थित हाट रोड पर तीज मेला...
তিনিচুকীয়াত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত মাৰোৱাৰী যু্ৱ মঞ্চৰ চাইক্লোথন ৰেলী
তিনিচুকীয়াত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মাৰোৱাৰী যু্ৱ মঞ্চ তিনিচুুুুুুুুুুকীয়া শাখা, তিনিচুকীয়া...
लायंस क्लब कोटा स्टार और लायंस क्लब कोटा हाड़ौती ने किया यातायात पुलिसकर्मियों का सम्मान
लायंस क्लब कोटा स्टार और लायंस क्लब कोटा हाड़ौती द्वारा साहस और बहादुरी दिखाने वाले यातायात...
૧૪૪ ગુનાઓમાં સંડોવાયેલા આરોપી ને જાનૈયાનુંવેશ ધારણ કરી દાહોદ એલ.સી.બી પોલીસે ઝડપી પાડયો
ગુજરાત રાજ્યના નાસ્તા ફરતા આરોપીઓ પૈકી ટોપ 24 ની યાદીમાં પ્રથમ નંબરના આરોપીને પકડવા માટે પોલીસે...