অসম চাহ মজদুৰ সংঘ মৰাণ শাখা ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত তিলৈজান বাগিচা ইউনিটৰ সভাপতি আৰু সম্পাদক পদ দুটিৰ বাবে আজি তিলৈজান বাগিচাৰ শ্ৰমিক বিনোদন কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়াৰে এক সুস্থ পৰিবেশত অনুষ্ঠিত হৈ যায়। উক্ত নিৰ্বাচন প্ৰক্ৰিয়াত মৰাণ শাখাৰ উপ - সভাপতি - চামুৱেল চনা, কোষাধ্যক্ষ - ৰতন মৃৰ্ধা, সহ : সম্পাদক - প্ৰমোদ সিং তাঁতী আৰু সংগঠক ধীৰাজ চাৱাঁচীয়ে উপস্থিত থাকি সংঘৰ সাংবিধানিক নীতি - নিয়ম মানি পৰিচালনা কৰে। ভোটদান প্ৰক্ৰিয়াৰে সভাপতি প্ৰাৰ্থী - ৰাজু চিন্দুৱাৰে সৰ্বাধিক মুঠ - ২২২ টা ভোট লাভ কৰি সভাপতি পদত জয়ী হৈ আৰু সম্পাদক পদৰ প্ৰাৰ্থী - সাজন টপ্পই সৰ্বাধিক মুঠ - ২৪৫ টা ভোট পাই সম্পাদক পদত জয়ী হয়। অৱশেষত নিৰ্বাচন প্ৰক্ৰিয়াটিত বাগিচাখনৰ সমূহ শ্ৰমিক ৰাইজে সহায়- সহযোগ আগবঢ়োৱাত সহ: সম্পাদকে শাখা সংঘৰ তৰফৰ পৰা সকলোলৈকে অশেষ ধন্যবাদ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાલોલ તાલુકાના કંજરી ગામે શ્રી રામજી મંદિર ખાતે વિશાળ હિન્દુ ધર્મ સભા યોજાઈ.
હાલોલ તાલુકાના કંજરી ગામે આવેલ શ્રી રામજી મંદિર ખાતે વિશ્વ હિન્દુ પરિષદના કેન્દ્રીય ...
दो अलग-अलग बाइक दुर्घटना में चार जने हुए घायल
दो अलग-अलग बाइक दुर्घटना में चार जने हुए घायल
नैनवां उपखंड के देई कस्बे में दो अलग...
खोपोली येथे 210 किलो गांजा जप्त, वाहनासहित तस्कर अटकेत
रायगड जिल्ह्यतील मुंबई पुणे महामार्गावरील खोपोली येथे सुमारे चार कोटी रुपये किंमतीचा 210 किलो...
ઘાણા ગામની ભાવના ચૌધરીએ શાહજહાં ખાતે બ્રોન્ઝ મેડલ મેળવી સમગ્ર દેશનું નામ કર્યું રોશન.
શારજહા યુનાઈટેડ આરબ અમીરાત અલ્થીકાહ ખાતે યોજાયેલ ઈન્ટરનેશનલ ઓપન પેરા એથ્લેટિકસમાં ભાવનાબેન...