🔴যান-বাহন আৰক্ষীৰ কনিষ্টবল মৃদুল বৰালৈ জিপি সিঙৰ বিশেষ বঁটা ঘোষণা।

🔴দুৰ্ঘটনাত পতিত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত এজনক ডেৰঘণ্টা ধৰি নিজৰ কান্ধত লৈ থিয় হৈ আছিল মৃদুল বৰাই। 

মহানুভৱতা!

🔴 কহঁৰা আৰক্ষী চকীৰ যান-বাহন শাখাৰ কনিষ্টবল মৃদুল বৰা।

#thevoiceofchariduar #Assampolic #NewsUpdate #Goodnews