গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰু ভূমি পূজন।

অনুষ্ঠানত বন্তি প্ৰজ্বলন শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ।

প্ৰকল্পৰ পতাকা উত্তোলন কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ।

 শক্তি মন্ত্ৰীগৰাকীৰ ঘোষণা-- কৃষিপ্ৰকল্পত স্থাপন কৰা হ'ব সৌৰ প্ৰকল্প।

অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়াসকল।