মৰাণৰ তিলৈবাৰী বঙালী গাঁও আৰু মণিপথাৰ সংযোগী পথত তিলৈ নৈৰ ওপৰত থকা কাঠৰ দলঙৰ তলত আজি দুপৰীয়া এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ মৃতদেহটো মণিপথাৰ গাঁৱৰ ভাইলা মুণ্ডাৰ পত্নী অনিতা মুণ্ডাৰ (৩৬) বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ৷ যোৱা নিশাৰে পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী ৷ আজি দুপৰীয়া মৃতদেহটো প্ৰত্যক্ষ কৰি খোৱাং আৰক্ষীক অৱগত কৰাৰ পাছত বৰ্তমান স্থানীয় দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে নৈৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহটো ৷ পাৰিবাৰিক অশান্তিৰ বাবেই মহিলাগৰাকীয়ে নৈত জপিয়াই আত্মহননৰ পথ বাচি লোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনঠেঙিয়া গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল বিশেষ গাঁও সভা
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনঠেঙিয়া গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠি হল বিশেষ গাঁও সভা
Congress PC: किसानों के बहाने Modi सरकार पर बरसे Randeep Surjewala, कहा- 'क्रूरता, बर्बरता...'
Congress PC: किसानों के बहाने Modi सरकार पर बरसे Randeep Surjewala, कहा- 'क्रूरता, बर्बरता...'
હવે વીસીઈ કર્મચારીઓ પણ લડી લેવાના મૂડમાં
#buletinindia #gujarat
રાત્રીના સમયે ગૌવ રક્ષક મહુવા ગ્રુપ દ્વારા હિંદુ શાસ્ત્ર અનુસાર પરંપરાગત રીતે 3. ગાયુંને સમાધિ આપવા
રાત્રીના સમયે ગૌવ રક્ષક મહુવા ગ્રુપ દ્વારા હિંદુ શાસ્ત્ર અનુસાર પરંપરાગત રીતે 3. ગાયુંને સમાધિ આપવા