দলগাঁৱৰ বটাবাৰী চুইছ গেটত ভয়ংকৰ দৃশ্য। যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে অঘটন। কণ কণ শিশুৱে চুইছ গেটৰ ওপৰৰ পৰা জপিয়াইছে পানীত ।