ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ চুকাফা নগৰৰ পৰা প্ৰায় ৬৮ বছৰীয়া শ্যামন্ত বুঢ়া গোঁহাই কালি দিনৰ দুই বজাৰ পৰা নিজ গৃহৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে সকলো সম্ভাব্য স্থানত বিচাৰ খোচাৰ কৰাৰ অন্তত আজি মৰাণ আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল ক ৰে।মৰাণ আৰক্ষীয়ে এই সংক্ৰান্তত গোচৰ।ৰুজু কৰি লোকজনৰ সন্ধান আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tata Nexon, Nexon EV, Harrier और Safari का Dark Edition हुआ लॉन्च, जानिए पहले से क्या बदला
Tata Motors ने Nexon Nexon EV Harrier और Safari का Dark Edition लॉन्च कर दिया है। सभी चार एसयूवी...
Delhi Heat Wave Alert: दिल्ली में जबरदस्त गर्मी से परेशान जनता, प्रचंड गर्मी पर सुनिए क्या बोली?
Delhi Heat Wave Alert: दिल्ली में जबरदस्त गर्मी से परेशान जनता, प्रचंड गर्मी पर सुनिए क्या बोली?
মৰাণৰ ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়াক লৈ ব্যৱসায়ী আৰু সংগঠনৰ নেতাৰ মাজত দুৰ্বাদল কাজিয়া
মৰাণৰ ঘাইপথৰ সংৰক্ষিত ভূমিত দোকান দিয়াক লৈ ব্যৱসায়ী আৰু সংগঠনৰ নেতাৰ মাজত দুৰ্বাদল কাজিয়া
দূৰ্গা পূজা উদযাপনত কঠোৰ হ'ব এইবাৰ মৰাণৰ প্ৰশাসন, ডি.জে বজাব নোৱাৰিব পূজা সমিতিয়ে
সমাগত দূৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। দূৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতি...
इटावा में भाजपा ने निकाली तिरंगा वाहन रैली
इटावा में भाजपा ने निकाली तिरंगा बाइक रैली , सैकड़ो बाइक के साथ कार्यकर्ताओ ने लिया भाग
----
मोदी...