বেংককত হৈ থকা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে এক কল্পনাতীত প্ৰদৰ্শন কৰি ৩য় স্থান দখল কৰি ২৭টা পদক লাভ কৰিবলৈ সক্ষম হয় তাৰে ৬টা সোণ, ১২টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰে। 

#AsianAthleticsChampionships #India #NewsUpdate #thevoiceofchariduar