সোণাৰিৰ টাওকাক নদীত সলিল সমাধি ঘটা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। সোণাৰি টাওকাক নদীত সলিল সমাধি ঘটা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ । সোমবাৰে দুপৰীয়া টাওকাক নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল সোণাৰিৰ এগৰাকী ব্যক্তি। সন্ধানহীন ব্যক্তি গৰাকী সোণাৰিৰ ৯ নং ৱাৰ্ডৰ ভৱানীপুৰৰ বাবুল চন্দ(৭০)। ইফালে বাবুল চন্দৰ সন্ধানত সোণাৰি আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই আজি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় টাওকাক নদীৰ পৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Her father feared she might go insane, according to a "Wooden Doll," - Newzdaddy
In a recent interview, Waheeda Rehman discussed some little-known details about her life as well...
बिधायक मजीबुर रहमान का एलान - खारुपेटियावाशी को जल्दी ही मिलेगा घर घर शुद्ध पेय जल
" खारूपेटियावाशी का वर्षो का इंतजार ख़त्म होने वाला है स्वाधीनता के 75 वर्ष तक शुद्ध पेय जल का...
2000 Rupees Note Update: 7 October के बाद 2000 के नोट का क्या होगा? | RBI ने दिया अपडेट
2000 Rupees Note Update: 7 October के बाद 2000 के नोट का क्या होगा? | RBI ने दिया अपडेट
મોટાખુટવડા પોલીસ સ્ટેશનના પી.એસ.આઇ વ્યાસ સાહેબ દ્વારા દિવાળીના તહેવાર મા ગરીબ પરિવારોના બાળકોને ભેટ
મોટાખુટવડા પોલીસ સ્ટેશનના પી.એસ.આઇ વ્યાસ સાહેબ દ્વારા દિવાળીના તહેવાર મા ગરીબ પરિવારોના બાળકોને ભેટ