মৰাণৰ হিংৰিজান উৰিয়া লাইনত চাঞ্চল্যকৰ ঘটনা । স্বামীয়ে চোকা অস্ত্ৰৰে আক্ৰমন কৰিলে নিজ পত্নীক । হিংৰিজান হস্পিটেলৰ হেল্থ এচিচটেণ্ট হিচাপে কৰ্মৰত সন্তোষ তাঁতিয়ে কামৰ পৰা ঘৰলৈ আহি হঠাৎ চোকা অস্ত্ৰৰে আক্ৰমন কৰে পত্নী বিজন্তা তাঁতিক । আক্ৰমন কৰিয়েই পলায়ন কৰে সন্তোষ তাঁতি । সেই সময়ত পৰিয়ালটোৰ সন্তান দুটিক টিউচন কৰি থকা শিক্ষকজনে চিঞৰ-বাখৰ শুনি দৌৰি যোৱাত বিজন্তা তাঁতি আঘাটপ্ৰাপ্ত হোৱা প্ৰত্যক্ষ কৰে । লগে লগে আৰক্ষীক খৱৰ দিয়াৰ লগতে মহিলাগৰাকীক মৰাণ মেডিকেল চেন্টাৰলৈ লৈ যোৱা হয় । সম্প্ৰতি সন্তোষ তাঁতি পলাতক অৱস্থাত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છોટાઉદેપુર જિલ્લામાં યોજાનારી ત્રણ વિધાનસભા બેઠકની
મતગણતરી કેન્દ્ર ખાતે બિનઅધિકૃત વ્યક્તિઓના પ્રવેશ પર પ્રતિબંધ
છોટાઉદેપુર જિલ્લામાં યોજાનારી ત્રણ વિધાનસભા બેઠકની
મતગણતરી કેન્દ્ર ખાતે બિનઅધિકૃત...
जिला स्तरीय नारी सम्मान योजना कार्यक्रम में जिला पंचायत सदस्य ममता शर्मा ने दिया अपने उद्बोधन
जिला स्तरीय नारी सम्मान योजना कार्यक्रम में जिला पंचायत सदस्य ममता शर्मा ने दिए अपने उद्बोधन...
કાલોલના જાહેર માર્ગ પર અડચણ ઉભી કરનાર લસ્સી સેન્ટરના સંચાલક સામે પોલીસની કાર્યવાહી
કાલોલ જાહેર માર્ગ પર અડચણ ઉભી કરનાર લસ્સી સેન્ટરના સંચાલક સામે પોલીસની કાર્યવાહી
કાલોલ ટાઉન...
दादासाहेब टेंगसे यांची यशवाडी संस्थानाला दहा लाखाची मदत
पाथरी-- प्रतिनिधी:-डॉ.आण्णासाहेब जाधव यांच्या वतीने अच्युत महाराज दस्तापुरकर यांचे दि.27 ऑगस्ट...