বিধায়ক উন্নয়ন পূঁজিৰ পৰা আগবঢ়োৱা এক লাখ পঞ্চাশ হাজাৰ টকাৰে নাজিৰা সমষ্টিৰ ৰঙাজান চন্টক প্ৰাথমিক বিদ্যালয়ৰ চাৰিসীমাৰ পকীবেৰাৰ উদ্বোধন কৰে সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়াই ।