দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী । দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি মৰাণ আৰক্ষী থানাৰ উদ্যোগত গাওৰক্ষী বাহিনী, শান্তি কমিতি আৰু নাগৰিক সমাজৰ সহযোগত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে মঙলবাৰে মৰাণ নগৰত এক বিশাল মটৰ চাইকেল ৰেলী আয়োজন কৰে । এই কাৰ্যসূচীৰ জৰিয়তে মৰাণবাসী এই কাৰ্যসূচী সফল কৰিবলৈ সকলো জনতাক আহ্বান জনায় । মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ উদ্যোগত উলিওৱা ৰেলীটোৰ শুভাৰম্ভনি কৰে মৰাণ আৰক্ষী থানাৰ চক্ৰ বিষয়া শিদ্ধেশ্বৰ বড়োএ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાભર : ડીસ્ટીબ્યુટરી કેનાલના રોડ કામમાં ગેરરીતિ | SatyaNirbhay News Channel
ભાભર : ડીસ્ટીબ્યુટરી કેનાલના રોડ કામમાં ગેરરીતિ | SatyaNirbhay News Channel
ಮುಂದಿನ ಲೋಕಸಭೆ ಚುನಾವಣೆಗೆ ಸಂಬಂಧಿಸಿದಂತೆ ಬಿಜೆಪಿ ಅಭ್ಯರ್ಥಿಗಳ ಎರಡನೇ ಪಟ್ಟಿ ಬಿಡುಗಡೆಗೊಂಡಿದೆ.
ಮಾರ್ಚ್ 14, 2024
ಮುಂದಿನ ಲೋಕಸಭೆ ಚುನಾವಣೆಗೆ ಸಂಬಂಧಿಸಿದಂತೆ ಬಿಜೆಪಿ ಅಭ್ಯರ್ಥಿಗಳ ಎರಡನೇ ಪಟ್ಟಿ...
रेलवे अंडरपास में पानी भरने से ग्रामीण परेशान, आक्रोशित ग्रामीणों ने विरोध प्रदर्शन कर सौंपा ज्ञापन
लाखेरी - सोमवार को लाखेरी उपखंड क्षेत्र के सखावदा ग्राम पंचायत के आधा दर्जन गांव की ग्रामीण...