ৰাজ্যত HIVৰ ভয়ংকৰ সংক্ৰমণ।
🔴 আক্ৰান্ত শিশু-মহিলা, স্বাস্থ্যকৰ্মীসহ ১২০০জন।
🔴 ধুবুৰীত ৭গৰাকী শিশু, ২৭গৰাকী মহিলা আৰু ৭১গৰাকী স্বাস্থ্যকৰ্মী আক্ৰান্ত HIVত।
🔴 ড্ৰাগছৰ অবাধ প্ৰচলনৰ বাবেই সংক্ৰমণ বৃদ্ধিৰ আংশকা স্বাস্থ্য বিভাগৰ।
#thevoiceofchariduar #NewsUpdate #news